মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ স্বাস্থ্য

এটা নৱজাত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰিপুষ্টি, সোঁচৰা বেমাৰত ল’ব লগা সাৱধানতা, চিতা আদিবোৰে শিশুটোৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এটা শিশুৰ জন্ম হোৱাৰে পৰা আৰম্ভ কৰি বিদ্যালয়লৈ যোৱালৈকে কেনেদৰে ঘৰ ল’ব লাগে বা কেনেধৰণে বিভিন্ন ৰোগসমূহৰ পৰা আতৰাই ৰাখিব পাৰি বা ৰোগত আক্ৰান্ত হ’লে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই সম্পৰ্কে তলত আলোচনা কৰা হৈছে।

প্ৰতিষেধক প্ৰদান
কোনটো বেমাৰৰ বাবে কি প্ৰতিষেধক প্ৰদান কৰা হয়, শিশুৰ কোনটো বয়সত এই প্ৰতিষেধকবোৰ ল’ব লাগে ইত্যাদি বিষয়বোৰ ইয়াত আলোচনা কৰা হৈছে।
শিশুৰ স্বাস্থ্য সমস্যা
কেনেধৰণৰ যত্ন আৰু চিকিৎসা ব্যৱস্থা হাতত লব লাগে তাৰ বিষয়ে পৰামৰ্শ আগবঢ়োৱা হৈছে।
শিশুৰ বিকাশৰ মাইলৰ খুটি
ইয়াত শিশু বিকাশৰ লগত জড়িত বিষয়সমূহ আলোচনা কৰা হৈছে
ডায়েবেটিছ মেলিটাছ
ডায়েবেটিছ মেলিটাছ
মাকৰ গাখীৰৰ উপকাৰিতা
মাকৰ গাখীৰৰ উপকাৰিতা
চুন্নত
চুন্নত
নৱজাতকৰ যত্ন সম্পৰ্কে সঘনাই উত্থাপিত প্ৰশ্নসমূহ
নৱজাতকৰ যত্ন সম্পৰ্কে সঘনাই উত্থাপিত প্ৰশ্নসমূহ ইয়াত দিয়া আছে।
চেইজৰ/কঁপনি
চেইজৰ/কঁপনি
স্তন্যপানৰ উপকাৰিতা
স্তন্যপানৰ উপকাৰিতাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
স্তনপান
এই শিতানত শিশুৰ স্তনপানৰ বিষয়ে আলোচনা কৰা হৈছে।
দিক্‌ নিৰ্ণায়ক
Back to top