মূল পৃষ্ঠা / সমাজ কল্যাণ / দুৰ্বল গোটসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুৰ্বল গোটসমূহ

ৰাস্তাৰ শিশু বুলিলে আমি চহৰৰ পদপথ বা ৰাস্তাত যিসকল শিশু থাকে তেওঁলোককে বুজো। এনে শিশু, পৰিয়ালৰ যত্ন আৰু সুৰক্ষাৰপৰা বঞ্চিত হয়। বেছিভাল পথৰ শিশুৰ বয়স ৫-১৭ বছৰৰ হয়। বেলেগে বেলেগে চহৰত ইয়াৰ সংখ্যা বেলেগ হয়। এই শিশুবোৰে সাধাৰণতে পৰিতক্ত ঘৰ, দোকানৰ বাৰাণ্ডা, ডাঠ কাগজৰ বাকচ, ৰাজহুৱা ঠাই আৰু ফুটপাথতে থাকে। পথৰ শিশুৰ ওপৰত যথেষ্ট আলোচনা হৈছে; কিন্তু ইয়াৰ মূল অসুবিধা হৈছে-এওঁলোকৰ কোনো নিৰ্দিষ্ট শ্ৰেণী বিভাগ নাই। কিছুমান শিশু আছে- গোটেই দিনটো ৰাষ্টাতে থাকে, কিন্তু নিশা অসংবদ্ধ এটি ঘৰত ডাঙৰ লোকৰ সৈতে শোঁৱে। কিছুমানে দিন-ৰাতি সকলো সময় পথতেই থাকে। ডাঙৰৰ যত্ন নাপায়।

অনাথ আৰু পথৰ শিশু
ইয়াত অনাথ আৰু পথৰ শিশুসকলৰ বিষয়ে আলোচনা কৰা হৈছে।
অক্ষম লোকসকল
অক্ষম লোকসকলৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
বয়োবৃদ্ধ নাগৰিকসকল
বয়োবৃদ্ধ নাগৰিকসকলৰ সামাজিক আৰু স্বাস্থ্যজনিত অৱস্থাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
প্ৰবজন- গাঁৱৰ পৰা চহৰলৈ
এই শিতানত বিভিন্ন কাৰণত গাঁৱৰ পৰা চহৰলৈ হোৱা প্ৰবজনৰ বিষয়ে আলোচনা কৰা হৈছে।
প্ৰচলিত ধাৰণাৰ প্ৰত্যাহ্বান আৰু সত্যতাৰ উপস্থাপন
বাধাগ্ৰস্ত লোকসকলৰ প্ৰচলিত ধাৰণা আৰু সত্যতাসমূহৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
নাৰীজাতিক সন্মান কৰিবলৈ শিকক
নাৰীজাতিক সন্মান কৰিবলৈ শিকক
চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচৰ দিনবোৰ কেনেদৰে অতিবাহিত কৰিব ?
চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিচৰ দিনবোৰ কেনেদৰে অতিবাহিত কৰিব ?
নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা
নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা
নাৰী সকলৰ মনস্তাত্বিক জাগৰণত কিছু বাধা আৰু কিছু ফলপ্ৰসুৰ সম্ভাৱনা
নাৰী সকলৰ মনস্তাত্বিক জাগৰণত কিছু বাধা আৰু কিছু ফলপ্ৰসুৰ সম্ভাৱনা
দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি
দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি
দিক্‌ নিৰ্ণায়ক
Back to top