অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেচম শিল্প

ৰেচম শিল্প

  • অসমত ৰিহা খেতি
  • অসমত ৰিহা খেতি

  • আধুনিক পদ্ধতিৰে এৰীপলু পালন :
  • আধুনিক পদ্ধতিৰে এৰীপলু পালনৰ বিষয়ে লিখা হৈছে ।

  • ইনফেক্চিয়াচ ফ্লেচাৰি ৰোগ
  • ইনফেক্চিয়াচ ফ্লেচাৰি ৰোগ

  • এৰী খাদ্য বৃক্ষৰ উন্নত কৃষি পদ্ধতি
  • এৰা আৰু কেছেৰু গছৰ পাত এৰী পলুৰ মুখ্য খাদ্য বৃক্ষ।সাধাৰণতে এৰী পালকসকলৰ কোমো নিৰ্দিষ্ট প্ৰণালীবদ্ধ এৰা আৰু কেছেৰুতলী নথকাৰ বাবে তেঁওলোকে বনৰীয়া গছৰ পৰা পাত সংগ্ৰহ কৰি এৰী পলু পালন কৰে।

  • এৰী খাদ্যবৃক্ষ
  • এৰী খাদ্যবৃক্

  • এৰী পলু পালন পদ্ধতি
  • এৰী পলু পালন পদ্ধতি

  • এৰী পলু পালনৰ উন্নত পদ্ধতি
  • এৰী পলু পালনৰ উন্নত পদ্ধতি

  • এৰী পলু পালনৰ উন্নত পদ্ধতি
  • এৰী পলু পালনৰ উন্নত পদ্ধতি

  • এৰী পলু পালনৰ উন্নত পদ্ধতি
  • এৰী পলু বছৰত 5-6 বাৰ পুহিব পৰা যায়।যদিও এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে,তথাপি উন্নত প্ৰযুক্তিবিদ্যা তথা প্ৰয়োজনীয় সা-সৰঞ্জামৰ অভাৱত পলু পালক সকলে আশানুৰুপ ফল লাভ কৰিবলৈ অসমৰ্থ হয়।গতিকে পালকসকলৰ প্ৰয়োজনীয় সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পত্ৰিকাত এৰী পলুৰ পালকৰ বিজ্ঞানসন্মত পদ্ধতি সন্নিবিষ্ট কৰা হৈছে।

  • ননী খেতিৰ উন্নত পদ্ধতি
  • ননী খেতিৰ উন্নত পদ্ধতিৰ বিষয়ে লিখা হৈছে

  • মুগা খাদ্য বৃক্ষৰ উন্নত কৃষি পদ্ধতি
  • চোম আৰু সাৱালু হ’ল মুগা পলুৰ প্ৰধান খাদ্যবৃক্ষ।দুয়োবিধ গছ গুটিৰ পৰাই সহজে বিস্তাৰ কৰিব পাৰে।অনুমোদিত পদ্ধতিৰে নাৰ্চাৰী তৈয়াৰ কৰি সকলো মুগা পালকে অতি সহজেই দুয়োবিধ গছৰ পুলি তৈয়াৰ কৰি ল’ব পাৰে।নিৰ্বাচিত গছৰ পৰা নাৰ্চাৰী তৈয়াৰ কৰি পুলি ৰোপণ কৰিলে গুণগত পাতৰ উৎপাদনত অধিক সুফল পাব পাৰি।তলত উল্লেখ কৰা পদ্ধতিসমূহ নাৰ্চাৰী তৈয়াৰ,পুলিৰোপণ আৰু প্ৰতিপালণৰ বাবে প্ৰয়োগ কৰিব পাৰি।

  • মুগা খোলা সিজোৱা আৰু মুগা সূতা কটা পদ্ধতি
  • মুগা খোলা সিজোৱা আৰু মুগা সূতা কটা পদ্ধতি

  • মুগা পলু পালনৰ উন্নত পদ্ধতি-
  • বহুচক্ৰী বাবে মুগা পলুৱে বছৰত 5-6 বাৰ জীৱন চক্ৰ সম্পন্ন কৰে।অনুকুল বতৰত পালন কৰা জেঠুৱা(বহাগ/জেঠমাহ)আৰু কাতিয়া(আহিন/কাতিমাহহ্মুগা বাহৰ পৰা উৎপাদিত লাট মূলত: বাণিজ্যিক লাট হিচাবে সূতা উৎপাদনৰ বাবে ব্যৱহ্ৰত হয়।সচৰাচৰ সচুঁৱা মুগা বাহ পালনৰ সময়চোৱাত প্ৰতিকুল বতৰৰ বাবে মুগা পলু পালনত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগা হয়।প্ৰণালীবদ্ধ ভাৱে তলত উল্লেখ কৰা পদ্ধতিৰে মুগা পলু পালন কৰিলে অধিক উৎপাদন কৰিব পৰা যায়।

  • মুগা পলুৰ পালন পদ্ধতি
  • মুগা পলুৰ পালন পদ্ধতি

  • মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোকসমূহ
  • মুগা পলুৰ বিভিন্ন ৰোগ তথা অপকাৰী পোক সমূহ

  • মুগা পলুৰ ৰোগ আৰু নিয়ন্ত্রণ ব্যৱস্থা
  • মুগা পলুৰ ৰোগ আৰু নিয়ন্ত্রণ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে

  • মুগা পলুৰ ৰোগমুক্ত বীজ উৎপাদন প্ৰণালী
  • নিৰোগী সঁচ পলু পালনৰ মূল আহিলা।কেৱল উন্নতমানৰ পলু খাদ্যবৃক্ষৰ ব্যৱস্থা থাকিলে চাহিদা অনুযায়ী নিৰোগী সঁচৰ অভাৱত সঁচুৱা নতুবা ব্যবসায়ীক লাট কোনোটোৰে পৰ্যাপ্ত উৎপাদন সম্ভৱ নহয়।সেয়েহে পলু পালনৰ বাবে ব্যৱহ্ৰত সঁচ চৰকাৰৰ দ্বাৰা স্বীকৃত সঁচ উৎপাদক বা উৎপাদন কেন্দ্ৰৰ পৰা স্ংগ্ৰ্হ কৰাটো বাঞ্চনীয়।বিজ্ঞানসন্মত ভাৱে সঁচ উৎপাদনৰ লগত জড়িত কাৰিকৰী দিশসমুহ এই পত্ৰিকাত সন্নিবিষ্ট কৰা হ’ল।

  • মুগা পালন সমস্যা আৰু সম্ভাৱনা
  • মুগা পালন সমস্যা আৰু সম্ভাৱনা

  • মুগাপলুৰ খাদ্যবৃক্ষ
  • মুগাপলুৰ খাদ্যবৃক্ষ

  • লেটাৰ পৰৱৰ্তী কাৰিকৰী প্ৰযুক্তিসমুহ
  • লেটাৰ পৰৱৰ্তী কাৰিকৰী প্ৰযুক্তিসমুহ

  • শুৱালু গছৰ বিভিন্ন ৰোগসমূহ
  • শুৱালু গছৰ বিভিন্ন ৰোগ সমুহ

  • “ৰেচম বিভাগ” এক অৱলোকণ
  • “ৰেচম বিভাগ” এক অৱলোকণ, সেই বিষয়ে লিখা হৈছে ।

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate