মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মহিলাৰ স্বাস্থ্য

এই শিতানত কিশোৰীৰ স্বাস্থ্য, গৰ্ভাৱস্থাৰ স্বাস্থ্য আৰু প্ৰজনন স্বাস্থ্য এই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থা, শিশু জন্মকে ধৰি সকলো তথ্য, নিজৰ আৰু শিশুটিৰ সুৰক্ষা, এই সম্পৰ্কীয় স্বাস্থ্য সেৱা আদি সুনিশ্চিতভাৱে প্ৰগতিপেডিয়া শিতানত উল্লেখ কৰা হৈছে।

কিশোৰীৰ স্বাস্থ্য
ইয়াত কিশোৰীৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা হৈছে।
গৰ্ভাৱস্থাৰ স্বাস্থ্য
ইয়াত গৰ্ভাৱস্থাৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰা হৈছে।
প্ৰজনন স্বাস্থ্য
ইয়াত গৰ্ভপাত, অনুৰ্বৰতা, গৰ্ভনিৰোধ আদিৰ বিষয়ে আলোচনা কৰা হৈছে।
পৰিয়াল পৰিকল্পনা আৰু আমি
পৰিয়াল পৰিকল্পনাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
স্ত্ৰী ৰোগ আৰু সাৱধানতা
এই শিতানত বিভিন্ন ধৰণৰ স্ত্ৰী ৰোগ আৰু ইয়াৰ প্ৰতি লʼব লগা সাৱধানতাৰ বিষয়ে আলোচনা কৰা হৈছে।
বহুমূত্ৰত মাতৃত্বৰ সংকটঃ
প্ৰসৱঃ ইনচুলিন প্ৰয়োগেৰে ছুগাৰ নিয়ন্ত্ৰণ কৰা ৰোগীক ৩৮ সপ্তাহত গৰ্ভস্থ সন্তান অপৈণত অথবা জীৱিত
মহিলাৰ সুস্বাস্থ্যৰ বাবে- হৰম’নৰ বেলেন্স অত্যন্ত জৰুৰীঃ
মহিলাৰ সুস্বাস্থ্য ৰক্ষা কৰাত শৰীৰৰ হৰম’নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে
পুষ্টিহীনতা প্ৰতিৰোধৰ শপত লওঁক
মহিলাসকলে শপত গ্ৰহণ কৰক যে তেওঁলোকে যেতিয়া ঘৰত বোৱাৰীক পাব তেতিয়া তেওঁলোকে যেন বোৱাৰীৰ সুবিধা অনুসৰি শৰীৰৰ যতন লয়
যৌনব্যাধিৰ পৰা সতৰ্কীকৰণঃ
কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া, ভাইৰাচ বা পেৰাচাইটৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈ এজন পুৰুষ বা মহিলাৰ দেহত যৌনব্যাধিয়ে প্ৰবেশ কৰিব পাৰে৷ সাধাৰণতে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই যৌনব্যাধি বিয়পে যদিও যৌনক্ৰিয়া নোহোৱাকৈয়ো এনে ৰোগ বিয়পাৰ উদাহৰণ হ’ল ৰুগ্ন মাতৃৰ পৰা প্ৰসৱৰ সময়ত সন্তানলৈ ৰোগ বিয়পা৷ ভালদৰে পৰীক্ষা নকৰাকৈ কৰা ৰক্তদানৰ দ্বাৰা
জানো আহক স্তন কৰ্কটৰ লক্ষণসমূহঃ
প্ৰতিবছৰে অক্টোবৰ মাহত স্তন কেঞ্চাৰৰ লগত জড়িত আমেৰিকাৰ দাতব্য অনুষ্ঠানসমূহে এই ৰোগৰ সজাগতা বৃদ্ধিৰ প্ৰচাৰ, গৱেষণা, ৰোগবিধৰ চিনাক্তকৰণ, প্ৰতিৰোধ, চিকিৎসা তথা আৰোগ্যৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰে। সেয়েহে অক্টোবৰ মাহটোক স্তন কেঞ্চাৰ সজাগতা মাহ বুলি কোৱা হয়। ১৯৮৫ চনতে আমেৰিকান কেঞ্চাৰ ছ’চাইটী আৰু ইম্পিৰিয়েল কেমিকেল ছচাইটীৰ ফাৰ্মাচিটিউকেল ডিভিজনৰ মাজত অংশীদাৰিত্বৰ চুক্তিত প্ৰতিষ্ঠা কৰা হয় “নেশ্যনেল ব্ৰেষ্ট কেঞ্চাৰ মান্থ” (এন বি চি এম)। যিহেতু মেমোগ্ৰামৰ দ্বাৰা প্ৰাৰম্ভিক স্তৰতে স্তন কেঞ্চাৰ ধৰা পেলাব পাৰি, সেয়েহে আৰম্ভণিৰে পৰা এন বি চি এম-এ মেমোগ্ৰামক স্তন কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ সবাতোকৈ শক্তিশালী অস্ত্ৰৰূপে থিয় কৰোৱাৰ বাবে পৃষ্ঠপোষকতা কৰি আহিছে।
দিক্‌ নিৰ্ণায়ক
Back to top