অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নীতি আৰু আঁচনিসমূহ

নীতি আৰু আঁচনিসমূহ

  • গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আইন
  • গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আইনৰ বিষয়ে লিখা হৈছে

  • অক্ষমতাত ভোগা ব্যক্তিৰ অধিকাৰ আইন ২০১৬
  • অক্ষমতাত ভোগা ব্যক্তিৰ অধিকাৰ আইন ২০১৬ৰ বিষয়ে

  • অক্ষয় পাত্ৰ
  • অক্ষয় পাত্ৰ

  • অটল পেঞ্চন যোজনা (এঃ পিঃ ৱাই)
  • অটল পেঞ্চন আচঁনিৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

  • অন্ত্যোদয়া অন্ন যোজনা :
  • অন্ত্যোদয়া অন্ন যোজনাৰ বিষয়ে লিখা হৈছে ।

  • অসম আদৰ্শ গ্ৰাম যোজনা :
  • অসম আদৰ্শ গ্ৰাম যোজনাৰ বিষয়ে লিখা হৈছে ।

  • অসম আলহী গ্ৰাম্য গৃহনিবাস আচঁনি ২০১৭-১৮
  • অসম আলহী গ্ৰাম্য গৃহনিবাস আচঁনি ২০১৭-১৮ৰ বিষয়ে লিখা

  • অসম আৰোগ্য নিধি আঁচনি
  • অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কাৰণে কেইবাখনো কল্যাণকামী আঁচনি ৰুপায়ণ কৰি আহিছে।অসম আৰোগ্য নিধি আঁচনি তাৰ ভিতৰত অন্যতম।ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৰুপায়ণ কৰা এই অসম আৰোগ্য নিধি আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াললৈ যিসকলৰ মাহিলি আয় ১০ হাজাৰ টকাতকৈ অধিক নহয় তেনে পৰিয়াললৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন বলৱৎ কৰা হৈছে।উক্ত আঁচনিৰ অধীনত এই লোকসকলক উন্নত মানৰ চিকিৎসাৰ উদ্দেশ্যে বিত্তীয় সাহায্য প্ৰদান কৰা হয়।অসম আৰোগ্য নিধিৰ অধীনত কৰ্কট ৰোগ,বৃক্কৰোগ অস্থিৰোগ,হৃদৰোগ এইডছ ,ব’ন মেৰো সলনা-সলনি,মানসিক ৰোগ,শল্য চিকিৎসা,থেলাচেমিয়া আৰু দুৰ্ঘটনাত আঘাতজনিত ,বোমা বিস্ফোৰণত আক্ৰান্তসকলৰ চিকিৎসা সামৰি লোৱা হৈছে।ইয়াৰ উপৰি এই আঁ চনিৰ অধীনত ৰোগ নিৰুপণ সেৱা আৰু ঔষধ-পাতিৰ সেৱাও সামৰি লোৱা হৈছে।উক্ত আঁচনিখনৰ যোগেদি দৰিদ্ৰ শ্ৰেণীৰ লোকসকল যথেষ্ট উপকৃত হয়।

  • অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলাৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনি
  • অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে মহিলাৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনি

  • অসম দোকান আৰু প্ৰতিষ্ঠান আইন,১৯৭১
  • অসম দোকান আৰু প্ৰতিষ্ঠান আইন,১৯৭১ ৰ বিষয়ে লিখা হৈছে

  • অসম পঞ্চায়ত আইন
  • ৩০ এপ্ৰিল ১৯৯৭, ১৫ ছেপ্টেম্বৰ ১৯৯৭ আৰু ২০০২ চনৰ সংশোধনসহ

  • অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান
  • অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান

  • আম আদমী বীমা যোজনা
  • আম আদমী বীমা যোজনা

  • আমাৰ গাঁও আমাৰ আঁচনি:
  • আমাৰ গাঁও আমাৰ আঁচনি ৰ আলোচনা কৰা হৈছে

  • ই-ৱে বিল ১ ফেব্ৰুৱাৰী, ২০১৮-ৰ কাৰ্যকৰী হ’ব
  • ১ ফেব্ৰুৱাৰী, ২০১৮-ৰ পৰা কাৰ্যকৰী হʼবলগীযা ই-ৱে বিলৰ বিষয়ে লিখা হৈছে

  • এডভানটেজ অসম -
  • এডভানটেজ অসমৰ বিষয়ে লিখা হৈছে ।

  • এপেক্স বেঙ্কৰ ক্ষুদ্ৰ জমা আঁচনি
  • এপেক্স বেঙ্কৰ ক্ষুদ্ৰ জমা আঁচনি বিষয়ে ইয়াত উল্লেখ কৰা হৈছে।

  • কনকলতা মহিলা সবলীকৰণ যোজনা :
  • কনকলতা মহিলা সবলীকৰণ যোজনাৰ বিষয়ে লিখা হৈছে ।

  • কনকলতা মহিলা সবলীকৰণ যোজনা :
  • কনকলতা মহিলা সবলীকৰণ যোজনাৰ বিষয়ে লিখা হৈছে ।

  • কেইখনমান জনকল্যাণমূলক আঁচনি
  • কেইখনমান জনকল্যাণমূলক আঁচনি

  • কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনি:
  • কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিৰ বিষয়ে লিখা হৈছে

  • কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ
  • কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ বিষয়ে ইয়াত উল্লেখ আছে।

  • খাদ্য সুৰক্ষা আঁচনি
  • ইয়াত খাদ্য সুৰক্ষা আঁচনিৰ জানিবলগীয়া কিছু কথা আলোচনা কৰা হৈছে।

  • গ্ৰাম্য উন্নয়ন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহ
  • গ্ৰাম্য উন্নয়ন আৰু স্বনিয়োজনৰ ক্ষেত্ৰত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ বিষয়ে লিখা হৈছে ।

  • গ্ৰাম্য বিকাশ
  • গ্ৰাম্য বিকাশৰ বিষয়ে লিখা হৈছে ।

  • গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচী :
  • গ্ৰাম্য ৰাজমিস্ত্ৰী প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে লিখা হৈছে ।

  • গ্ৰাহক সুৰক্ষা আইন
  • এই শিতানত গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে আলোচনা কৰা হৈছে।

  • চৰকাৰৰ কিছুসংখ্যক জনকল্যাণমূলক আঁচনিৰ সংক্ষিপ্ত তালিকা:
  • চৰকাৰৰ কিছুসংখ্যক জনকল্যাণমূলক আঁচনিৰ সংক্ষিপ্ত তালিকাৰ বিষয়ে লিখা হৈছে

    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate