মূল পৃষ্ঠা / সমাজ কল্যাণ / নীতি আৰু আঁচনিসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নীতি আৰু আঁচনিসমূহ

খাদ্য সুৰক্ষা বিধেয়ক শাসনাধিষ্ঠিত কংগ্ৰেছ নেতৃত্বাধীন ইউ.পি.এ চৰকাৰে অলপতে গ্ৰহণ কৰা খাদ্য সুৰক্ষা আঁচনিখনে সম্প্ৰতি সমগ্ৰ দেশতে ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ মুঠ জনসংখ্যাৰ ৬৭ শতাংশকে অৰ্থাৎ ৮৫ কোটি লোককে সামৰি ল’ব লগা এই আঁচনিৰ জৰিয়তে খাদ্যৰ নিৰাপত্তা সুনিশ্চিত কৰিব খোজা হৈছে। আঁচনিখনৰ বাবে প্ৰয়োজন হোৱা খাদ্য শস্যৰ বাবদ প্ৰতি বছৰে বহু হাজাৰ কোটি টকা চৰকাৰী ৰাজকোষৰ পৰা ওলাই যাব।

খাদ্য সুৰক্ষা আঁচনি
ইয়াত খাদ্য সুৰক্ষা আঁচনিৰ জানিবলগীয়া কিছু কথা আলোচনা কৰা হৈছে।
সাময়িক আবাসিক গৃহ
সাময়িক আবাসিক গৃহ
পৰিয়াল পৰামৰ্শ কেন্দ্ৰ
পৰিয়াল পৰামৰ্শ কেন্দ্ৰৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
সংহত মহিলা সৱলীকৰণ যোজনা
সংহত মহিলা সৱলীকৰণ যোজনা
কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ
কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদৰ বিষয়ে ইয়াত উল্লেখ আছে।
গ্ৰাহক সুৰক্ষা আইন
এই শিতানত গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে আলোচনা কৰা হৈছে।
বেটি বচাওঁ, বেটি পঢ়াওঁ
বেটি বচাওঁ, বেটি পঢ়াওঁ
শিশুৰ অধিকাৰ
শিশুৰ অধিকাৰ
ৰাষ্ট্ৰীয় আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগ
ৰাষ্ট্ৰীয় আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগ
শিশু আইন হাতপুথি
শিশু আইনৰ বিষয়ে
দিক্‌ নিৰ্ণায়ক
Back to top