মূল পৃষ্ঠা / সমাজ কল্যাণ / বিত্তীয় অন্তৰ্ভূক্তি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিত্তীয় অন্তৰ্ভূক্তি

আগৰ এটা প্ৰজন্মৰ তুলনাত আজিৰ অৰ্থনৈতিক জগতখন অতিশয় জটিল৷ ৪০ বছৰৰ আগতে এটা বেংকত অথবা বিত্তীয় প্ৰতিষ্ঠানত মাত্ৰ এটা চেক সম্বলিত একাউণ্ট আৰু চেভিংচ একাউণ্টৰ হিচাপ ৰখাটোৱেই যথেষ্ট আছিল৷ এতিয়া, গ্ৰাহকে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ নাগৰিকে বিভিন্ন ধৰণৰ আৰ্থিক ব্যৱস্থা আৰু পৰিসেৱাৰ মাজৰ পাথৰ্ক্য বুজিব লাগিব আৰু সেইবিলাকে প্ৰদান কৰা সামগ্ৰী আৰু সেৱাৰ বিষয়ে জানিব লাগিব৷ আগতে, নূন্যতম হাৰত ঋণ গ্ৰহণ কৰা প্ৰজন্মই ঋণৰ সাম্ভাব্য যৌগিক সুতৰ জটিলতা আৰু ঋণ হিচাপসমূহ সঠিকভাৱে পৰিচালনা নকৰাৰ সমস্যা ভালদৰে বুজাৰ কোনো আৱশ্যকতা নাছিল৷

বিত্তীয় সাক্ষৰতা
ইয়াত বিত্ত সম্পৰ্কীয় কথা কিছুমান আলোচনা কৰা হৈছে।
ক্ষুদ্ৰ বিত্ত সাহাৰ্য্য
ক্ষুদ্ৰ বিত্ত সাহাৰ্য্যৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
বিত্তীয় বিষয়ক অধিক তথ্য
বিত্তীয় বিষয়ক অধিক তথ্যৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
বিনিয়োগত ল’ব লগা সাৱধানতা
বিনিয়োগত ল’ব লগা সাৱধানতা
ঘৰ সাজক আৰু আয়কৰ বচাওক
ঘৰ সাজক আৰু আয়কৰ বচাওক
বিত্তীয় পৰিকল্পনা কৰি দিয়ক
বিত্তীয় পৰিকল্পনা কৰি দিয়ক
প্ৰদীপৰ দ্বীপ
প্ৰদীপৰ দ্বীপ
পূব এছীয় দেশৰ অৰ্থনৈতিক আশ্চৰ্য্য আৰু অসমৰ দৰিদ্ৰতা
পূব এছীয় দেশৰ অৰ্থনৈতিক আশ্চৰ্য্য আৰু অসমৰ দৰিদ্ৰতা
জনসাধাৰণক বিত্তীয় সজাগতাৰ প্রয়োজন
জনসাধাৰণক বিত্তীয় সজাগতাৰ প্রয়োজন
বীমাৰ বাবে নিজক পৰীক্ষা কৰক
বীমাৰ বাবে নিজক পৰীক্ষা কৰক
দিক্‌ নিৰ্ণায়ক
Back to top