অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংক্ৰামক

এই শিতানত সংক্ৰমিত ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

কলেৰা
অন্ত্ৰত ভিবৰিঅ’ কলেৰা নামৰ জীৱাণুৰ সংক্ৰমণৰ ফলত যি তীব্ৰ পেটৰ অসুখ হয় তাকে কলেৰা বোলা হয়। এই শিতানত কলেৰা ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
চুৱাইন ইনফ্লুৱেঞ্জা (চুৱাইন ফ্লু)
চুৱাইন ফ্লু গাহৰিৰ শ্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ। এই ৰোগ ভাইৰাছৰ পৰা হয়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
টিটেনাছ বা ধনুষ্টংকাৰ
মাটিত বাস কৰা এবিধ বেক্টেৰিয়াই মানুহৰ দেহৰ কটা ঘাঁৰ মাজেৰে সংক্ৰমিত হৈ টিটেনাছ বা ধনুষ্টংকাৰ ৰোগ বিয়পায়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
মাম্পছ (পিঠাখোৱা)
মাম্পছ (পিঠাখোৱা) ভাগ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ ৰোগ। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
টাইফয়েড (সান্নিপাত জ্বৰ)ৰোগ
টাইফয়েড ৰোগ চালম’নেলা টাইফি নামৰ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই ৰোগে মানুহৰ প্ৰানহানীও কৰিব পাৰে। এই ৰোগ প্ৰতিষেধক আৰু এণ্টিবায়টিকৰ দ্বাৰা চিকিত্‍সা কৰাব পৰা যায়।
হুপিংকাহ
এই ৰোগত এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত ডিঙি আৰু নাকত প্ৰভাৱ পেলায়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
পলিঅ’মাইলিটিছ
পলিঅ’ৰ সংক্ৰমণৰ ফলত আক্ৰান্ত ব্যক্তিৰ সমগ্ৰ শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলায়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
ডিফথেৰিয়া
এই ৰোগত ডিঙি, মুখ, ছাল আৰু হাওঁফাওঁৰ সংক্ৰমণ হয়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
চিকেন পক্স (বসন্ত)
ভেৰি চেলা যষ্টাৰ নামৰ ভাইৰাছৰ বাবে চিকেন পক্স হয়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
ডায়েৰিয়া
ডায়েৰিয়া হ’লে পেটৰ ভিতৰৰ নাড়ীভূৰৰ লৰচৰ বাঢ়ি যায়। শৌচ বেছিকৈ, ঘনাই আৰু পনীয়া হয়। ইয়াত এই ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
দিক্‌ নিৰ্ণায়ক
Back to top