মূল পৃষ্ঠা / স্বাস্থ্য / প্ৰাথমিক চিকিৎসা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা তলত বহলাই ব্যাখ্যা কৰা হৈছে।

সাধাৰণ কিটিপ
সাধাৰণ কিটিপ
১০৮ জৰুৰীকালীন সঁহাৰি সেৱা
১০৮ জৰুৰীকালীন সঁহাৰি সেৱা
প্ৰাথমিক চিকিৎসাৰ সঁজুলিৰ বাকচ
প্ৰাথমিক চিকিৎসাৰ সঁজুলিৰ বাকচ
প্ৰাথমিক চিকিৎসাৰ মূল পৰামৰ্শ
প্ৰাথমিক চিকিৎসাৰ মূল পৰামৰ্শসমূহ ইয়াত দিয়া আছে।
ৰক্তপাত
ইয়াত বিভিন্ন ধৰণে হোৱা ৰক্তপাতৰ বিষয়ে আলোচনা কৰা হৈছে।
পোৰা আৰু জুলা বন্ধা
পোৰা আৰু জুলা বন্ধাৰ চিকিৎসা, যত্ন আদিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।
শিৰামূৰি ধৰা
ইয়াত শিৰামূৰি ধৰাৰ লক্ষণ, ইয়াৰ প্ৰতিকাৰ আদিৰ বিষয়ে আলোচনা কৰা হৈছে।
কটা আৰু ‌ঘঁহনি খোৱা
হঠাৎ কাটিলে বা ঘঁহনি খালে কেনেধৰণৰ প্ৰাথমিক চিকিৎসা লʼব লাগে সেই বিষয়ে এই শিতানত আলোচনা কৰা হৈছে।
বৈদ্যুতিক চক আৰু পানীত ডুবা
এই শিতানত বৈদ্যুতিক চক আৰু পানীত ডুবা লোকক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।
অজ্ঞান হৈ যোৱা
এই শিতানত অজ্ঞান হৈ যোৱা ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
দিক্‌ নিৰ্ণায়ক
Back to top