মূল পৃষ্ঠা / স্বাস্থ্য / অনাময় আৰু স্বাস্থ্যবিধি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনাময় আৰু স্বাস্থ্যবিধি

এক অনাময় স্বাস্থ্যবিধি মানি চলিলেহে সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰি। এটা স্বাস্থ্যকৰ পৰিৱেশত থাকিলেহে এইটো সম্ভৱ হ’ব। এই স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিবলৈ ব্যক্তিগত স্বাস্থ্যৰ যত্নৰ লগতে ঘৰৰ ভিতৰ আৰু চাৰিওকাষ পৰিষ্কাৰ পৰিচন্নকৈ ৰখাৰ উপৰিও বিশুদ্ধ খোৱা পানী আৰু বিশুদ্ধ আহাৰ গ্ৰহণৰ প্ৰয়োজন। এই শিতানত উক্ত বিষয়ৰ বিষদ বিৱৰণ দাঙি ধৰা হৈছে।

ব্যক্তিগত
আমাৰ খাদ্য, শৰীৰটো পৰিষ্কাৰ কৈ ৰখা, ব্যায়াম আৰু সুৰক্ষিত যৌন সম্পৰ্ক- এই সকলোবোৰে আমাৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বিভিন্ন ঘাঁ, খহু, কৃমি, বিজাণু সংক্ৰমণ, দাঁতৰ ক্ষয়, ডায়েৰিয়া আৰু ডিছেন্ট্ৰি এই সকলোবোৰ বেমাৰ পৰিচন্নতাৰ অভাৱতেই সৃষ্টি হয়। পৰিষ্কাৰ-পৰিচন্ন হৈ থকাৰ অভ্যাস কৰিলে এই ৰোগবোৰৰ পৰা আমি সহজেই আঁতৰি থাকিব পাৰো।
গাঁৱৰ স্বাস্থ্য, অনাময় আৰু পুষ্টি
গাঁৱৰ স্বাস্থ্য, অনাময় আৰু পুষ্টিৰ বিষয়ে আলোচনা কৰা হৈছে।
ভালে আছেনে শৰীৰ
ভালে আছেনে শৰীৰ
পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বেক্টেৰিয়া
পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বেক্টেৰিয়া
গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থা
দেশ এখনৰ উন্নতি হব’লৈ হ’লে সকলো মানুহৰ স্বাস্থ্য অটুট থকা প্ৰয়োজন
খোৱা পানীত আৰ্ছেনিক
আমাৰ জীৱন তথা জীৱ-জগতৰ বাবে পানীৰ গুৰুত্ব আমি সকলোৱে জানো
ধঁপাতঃ
প্ৰায় ৪০০ বছৰ আগেয়ে ধঁপাত ইউৰোপত কীটনাশক হিচাপে ব্যৱহাৰ কৰিছিল। সেই সময়ত জাহাজেৰে আমদানী-ৰপ্তানী কৰা খাদ্য বস্তুবোৰ পোকৰ পৰা ৰক্ষা পাবৰ বাবে ধঁপাত ব্যৱহাৰ কৰিছিল। দ্বিতীয় মহাযুদ্ধৰ পাছত যেতিয়া ৰাসয়নিক কীটনাশক দ্ৰব্যৰ আৱিষ্কাৰ হ’ল তেতিয়া কীটনাশক হিচাপে ধঁপাতৰ ব্যৱহাৰ কমি যায়। ধঁপাতক কেতিয়াৰ পৰা নিচা হিচাপে ব্যৱহাৰ কৰা হৈছিল তাক ইতিহাসত পোৱা নাযায়
স্বাস্থ্য বাৰ্তা
স্বাস্থ্য বাৰ্তা লিখা হৈছে
২০১৭ বৰ্ষত আপোনাৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকে কি কয়?
২০১৭ বৰ্ষত আপোনাৰ স্বাস্থ্য সম্পৰ্কে চিকিৎসকে কিছুমান পৰামৰ্শ আগবঢ়াইছে এই আলোচনাটিত।
বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ আৰু ইয়াৰ তাৎপৰ্য
বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে লিখা হৈছে
দিক্‌ নিৰ্ণায়ক
Back to top